তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি আপুনি আপোনাৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব
Step 1:
As per the direction of the UGC’s Distance Education Bureau (DEB), from this session onwards you have to have your own ABC ID (Academic Bank of Credit account) for accumulating and transferring all your academic credits. Therefore, you have to create your ABC ID through Digilocker facility to begin your admission process. You can create you ABC ID through our admission portal when you click on the “click to start” button. Please note that for creating your ABC ID you must have your ADHAAR, PAN or Driving License. If you already have your ABC ID then you may go to the next step.
UGCৰ দূৰ শিক্ষা ব্যুৰোৰ (DEB)নিৰ্দেশনা অনুসৰি July 2024 sessionৰ পৰা আপোনাৰ সকলো একাডেমিক ক্ৰেডিট জমা আৰু স্থানান্তৰৰ বাবে আপোনাৰ নিজা ABC ID (Academic Bank of Credit account) থাকিব লাগিব। গতিকে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ Digilocker facility ৰ জৰিয়তে ABC ID তৈয়াৰ কৰিব লাগিব। তলত দিয়া “Click to Start” ত ক্লিক কৰিলে আপুনি আমাৰ নামভৰ্তি পৰ্টেলৰ জৰিয়তে আপোনাৰ ABC ID তৈয়াৰ কৰিব পাৰিব। অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ ABC ID তৈয়াৰ কৰিবলৈ আপোনাৰ ADHAAR, PAN বা Driving License থাকিব লাগিব। যদি আপোনাৰ ইতিমধ্যে আপোনাৰ ABC ID আছে তেন্তে আপুনি পৰৱৰ্তী পদক্ষেপলৈ যাব পাৰে।
Step 2:After creation of your ABC ID you have to create one UGC DEB ID in our Admission Portal. Please note that your UGC DEB ID is a unique permanent number which will remain with you for all your Open and Distance Learning (ODL) as well as Online programmes and courses. If you have already created your UGC DEB ID then you can use it for admission to our programmes. After providing your UGC DEB ID in designated place, you have to click on “Get Your Details” button. Please see if your details are correct or not and confirm. If your details are correct then “Click to Register” in our programmes.
আপোনাৰ ABC ID সৃষ্টি কৰাৰ পিছত আপুনি আমাৰ Admission Portal ত এটা UGC DEB ID তৈয়াৰ কৰিব লাগিব। অনুগ্ৰহ কৰি মন কৰক যে আপোনাৰ UGC DEB ID এটা স্থায়ী নম্বৰ যিটো আপোনাৰ সকলো মুকলি আৰু দূৰ শিক্ষা (ODL)ৰ লগতে Online পাঠ্যক্ৰমৰ বাবে আপোনাৰ লগত থাকিব। যদি আপুনি ইতিমধ্যে আপোনাৰ UGC DEB ID তৈয়াৰ কৰিছে তেন্তে আপুনি ইয়াক আমাৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। নিৰ্দিষ্ট ঠাইত আপোনাৰ UGC DEB ID প্ৰদান কৰাৰ পিছত আপুনি “Get Your Details” ত ক্লিক কৰিব । অনুগ্ৰহ কৰি আপোনাৰ সবিশেষ শুদ্ধ নে নহয় চাওক আৰু নিশ্চিত কৰক। যদি আপোনাৰ সবিশেষ শুদ্ধ হয় তেন্তে আমাৰ পাঠ্যক্ৰমত “Click to Register” ত ক্লিক কৰক।
Step 3:
When you “Click to Register” you will automatically receive your Username and Password to login to our admission portal in your mobile number and email which you have provided in creating the UGC DEB Id. Using the Username and Password you can login to our Admission Portal. In case you forget you Username and Password, you may click on "Forgot Password" option.
যেতিয়া আপুনি “Click to Register” ক্লিক কৰে তেতিয়া আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইলত আমাৰ নামভৰ্তি পৰ্টেলত লগইন কৰিবলৈ আপোনাৰ Username আৰু Password স্বয়ংক্ৰিয়ভাৱে লাভ কৰিব । সেই
Username আৰু Password ব্যৱহাৰ কৰি আপুনি আমাৰ Admission Portal ত login কৰিব পাৰিব। যদি আপুনি আপোনাৰ Username আৰু Password পাহৰি যায়, তেন্তে আপুনি Forgot Password " বিকল্পত ক্লিক কৰি আপুনি আপোনাৰ Username আৰু Password উদ্ধাৰ কৰিব পাৰিব।
Step 4:
Finally, after successful login to our Admission Portal, you have to fill up your following details শেষত আমাৰ নামভৰ্তি পৰ্টেলত সফলতাৰে লগইন কৰাৰ পিছত আপুনি তলত দিয়া সবিশেষ পূৰণ কৰিব লাগিব
ব্যক্তিগত বিৱৰণ সম্পূৰ্ণ কৰক
বিষয়টো বাছনি কৰক আৰু অন্যান্য বিৱৰণ সম্পূৰ্ণ কৰক
যাৱতীয় নথি-পত্ৰ আপলোড কৰক ৷
আপলোড কৰা তথ্য/নথি-পত্ৰ পুনৰীক্ষণ কৰক আৰু মাচুল জমা দিয়ক ৷
মাচুল জমা দিয়া হৈ যোৱাৰ পাছত receipt ডাউনলোড কৰক ৷
|
Please ensure that you have the following documents ready: Scanned copy of - (The file size should be less than 500 KB in jpg/jpeg/png format)অনুগ্ৰহ কৰি আপুনি নিম্নলিখিত নথিপত্ৰসমূহৰ স্কেন কপি সাজু কৰক ৷ (প্ৰতিটো ফাইলৰ আকাৰ 500KB, JPEG, PNG হ'ব লাগিব ৷)
|